22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

ভুল হৈছে যদি ভূলটো দেখুৱাই দিয়াৰ আহ্বান নাগাৰ নাম সন্থাক !

Assamese Newsভুল হৈছে যদি ভূলটো দেখুৱাই দিয়াৰ আহ্বান নাগাৰ নাম সন্থাক !

ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নাগাৰা নামৰ প্ৰদৰ্শনৰ বাবে কৰিশ্মা নাথলৈ আহিছে আমন্ত্ৰণ। কৰিশ্মাৰ নাগাৰা নাম চাবলৈ এতিয়া অধীৰ আগ্ৰহেৰে ৰৈ থাকে হাজাৰ হাজাৰ দৰ্শক। বিশেষকৈ ভাইৰেল হোৱা সেই নামটো চাবলৈ ভিৰ কৰেহি দৰ্শকে।

এটা সৰু ভিডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পিছতে অতি জনপ্ৰিয় হৈ পৰিছে নাগাৰা নামৰ উদীয়মান শিল্পী কৰিশ্মা নাথ। বিগত কিছুদিন ধৰি ছচিয়েল মিডিয়াত কেৱল কৰিশ্মা নাথক লৈ চৰ্চা। আৰু তাৰ পিছতে এতিয়া কৰিশ্মাৰ যেন বিতৰি নাই। প্ৰতিদিনেই নাগাৰা নামৰ আমন্ত্ৰণ কৰিশ্মাৰ।
কৰিশ্মা নাথৰ মতে যদি তেওঁ ক’ৰবাত ভুল কৰিছে তেন্তে সেই ভুলটো দেখুৱাই দিবলৈ নাগাৰা নাম সন্থাক আহ্বান কৰিশ্মাৰ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!