22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৫ জন

Assamese Newsবোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৫ জন
  • বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • বোকাজানৰ খটখটিত যাত্ৰীবাহী বাছ আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ।
  • ডিমাপুৰৰ পৰা আহি থকা বতাহী নামৰ যাত্ৰীবাহী চুপাৰখনে খুন্দা মাৰে এম্বুলেন্সখনত ।
  • ঘটনাস্থলীত ৫ জন লোক গুৰুতৰভাৱে আহত আৰু বহুকেইজন যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে।
  • গুৰুতৰভাৱে আহত হোৱা ৫ জন লোকক বোকাজানৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!