22.1 C
Assam
Tuesday, March 28, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী।

Assamese Newsনগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী।

নগাঁৱৰ ৰাজপথত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগু আৰু সেৱাৰ অধক্ষ্য ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা দাহ কৰে।

 

লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক-অভিভাৱিকাক মানসিক যন্ত্ৰনা দিয়াৰ কোনো নৈতিক অধিকাৰ ছেবাৰ নাই।

মুখ্যমন্ত্ৰীয়ে এই বিষয়ত হস্তক্ষেপ কৰক।

এখন প্ৰশ্নকাকতক সুৰক্ষা দিব নোৱাৰা ৰাজ্যৰ ব্যৰ্থ শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ জৈনে অতিশীঘ্ৰে পদত্যাগ কৰক।

 

ছেৱাৰ অকৰ্মণ্য অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক অনতিবিলম্বে অপসাৰণ কৰক।

ছেৱা আৰু শিক্ষা বিভাগৰ চূড়ান্ত বিফলতাৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পদত্যাগ কৰক।

 

প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ চি আই ডিৰ পৰিবৰ্তে চি বি আইৰ দ্বাৰা তদন্ত কৰোৱাই দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক।

 

পুত্তলিকা দাহ কৰি এইদৰে মন্তব্য কৰিলে নগাঁৱৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আৰু প্ৰাক্তন সভাপতিয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!