26.5 C
Assam
Tuesday, March 28, 2023

Featured News

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

Kaziranga National Pak: First Rhino poaching case of 2023

On Monday, officials from the Assam forest...

পৌৰ কৰ বৃদ্ধিৰ প্ৰতিবাদ নগাঁও উকীল সন্থাৰ

Assamese Newsপৌৰ কৰ বৃদ্ধিৰ প্ৰতিবাদ নগাঁও উকীল সন্থাৰ

নগাঁও পৌৰসভাই পৌৰ কৰদাতা সকলৰ ওপৰত আৰোপ কৰা উচ্চহাৰৰ কৰৰ সন্দৰ্ভত নগাঁও অধিবক্তা সন্থাই, অধিবক্তা সন্থাৰ সভাগৃহত এখনি সংবাদমেলৰ আয়োজন কৰে

নগাঁও পৌৰসভাই পৌৰ কৰ অত্যাধিক হাৰত বৃদ্ধি কৰাৰ হেতু নগাৱঁৰ নাগৰিক সকলক একত্ৰিত হৈ প্ৰতিবাদ কৰিবৰ বাবে অনুৰুধ জনাই অধিবক্তা সন্থাই

আজি সংবাদমেলৰ পিছতে অধিবক্তা সন্থাই নগাঁৱৰ উপায়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথাও সংবাদমেলত জানিবলৈ দিয়ে

অহা ইং ১৭মাৰ্চত অধিবক্তা সন্থাৰ পেক্ষাগৃহত অত্যাধিক পৌৰ কৰৰ সন্দৰ্ভত এক নাগৰিক সভা অনুষ্ঠিত কৰাৰ কথাও ব্যক্ত কৰে সংবাদমেলত৷

নগাৱঁৰ সকলো নাগৰিক,দ’ল-সংগঠণক উক্ত নাগৰিক সভাত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰুধ জনাই অধিবক্তা সন্থাৰ বিষয়ববীয়াই

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!