20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

প্ৰৱল বৃষ্টিপাত, ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱণা…

Assamese Newsপ্ৰৱল বৃষ্টিপাত, ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱণা...

আহিব পাৰে ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা, শিলাবৃষ্টি। উত্তৰ-পূবৰ লগতে অসমত প্রৱল বৃষ্টিপাতৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।বৃষ্টিপাতৰ লগতে হ’ব পাৰে ধুমুহা হোৱাৰো আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্রই ইতিমধ্যে জাৰি কৰিছে য়েল্ল’ এলাৰ্ট।বৃহস্পতিবাৰৰ পৰা আগন্তুক ৫ দিনলৈ জাৰি থাকিব এই সতৰ্কতা। ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত ধুমুহা বলাৰো সম্ভাৱনা আছে লগতে ঠাই বিশেষে শিলাবৃষ্টিও হ’ব পাৰে।

উল্লেখ্য যে, ১৪ মাৰ্চৰ পৰা ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত আৰম্ভ হৈছে বৰষুণ, ধুমুহাৰ লগতে কিছু কিছু ঠাইত শিলাবৃষ্টি হোৱাও দেখা যায়। ৰাজ্যৰ বিভিন্ন স্থানত ধুমুহা-বৰষুণপ বাবে বিস্তৰ ক্ষতি সাধন হোৱাও পৰিলক্ষিত হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!