22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

আজিৰ ৰাশিফল ! আজি কি চমকে অপেক্ষা কৰিছে আপোনাৰ বাবে?

Assamese Newsআজিৰ ৰাশিফল ! আজি কি চমকে অপেক্ষা কৰিছে আপোনাৰ বাবে?

মেষ : দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো কাম শেষ কৰাৰ সম্ভাৱনা আছে। চল্লিশোৰ্ধ্বৰ কোনো মহিলাই সহায় কৰিব পাৰে।

বৃষ : এনে কোনো ঘটনা, যিয়ে অতীতত সুনাম নষ্ট কৰিছে, তাৰ উৎস অনুসন্ধান কৰা সম্ভৱ হ’ব।

মিথুন : কামৰ ক্ষেত্ৰত খৰখেদা কৰা উচিত নহয়। ইয়াৰ ফলত ক্ষতি হ’ব পাৰে। মনোযোগ আৰু সতৰ্কতাৰ সৈতে সকলো কাম সম্পন্ন কৰিব লাগিব।

কৰ্কট : নিজৰ কল্পনা আৰু সৃজনশীলতাই সুখ আৰু সৌভাগ্য আনিব। যুক্তিৰে চিন্তা কৰিব লাগিব। বিনিয়োগৰ ক্ষেত্ৰত সিদ্ধান্ত ল’ব পাৰে।

সিংহ : সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আবেগ আৰু যুক্তিৰ খেলিমেলি সৃষ্টি হ’ব পাৰে। পৰিয়ালৰ প্ৰতি মনোযোগ দিয়ক।

কন্যা : জীৱনৰ ব্যৱহাৰিক বিষয়বোৰত আৰু অধিক মনোযোগ দিয়ক। ইতিবাচকতা বৰ্তি থাকিব।

তুলা : বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে। মনত ৰাখিব লাগিব যে সকলোকে একে সময়তে সন্তুষ্ট কৰিব পৰা নাযায়। যিকোনো পৰিশ্ৰমৰ ফল লাভ কৰিব।

বৃশ্চিক : সফলতাৰ আকাংক্ষা বাঢ়িব পাৰে। যিসকলে দীৰ্ঘদিন ধৰি মনোযোগ বিচাৰিছে তেওঁলোকক অৱহেলা কৰা উচিত নহয়।

ধনু : বন্ধুবৰ্গৰ সৈতে আনন্দৰ সময় কটাব পাৰে। পৰিয়াল বা কৰ্মক্ষেত্ৰত অংশীদাৰিত্বৰ ফল ভাল হ’ব।

মকৰ : সক্ৰিয়তা বৰ্তি থাকিব। ক্ৰমাগত নতুন পৰিকল্পনা কৰিব পাৰে। সেইবোৰ কাৰ্যকৰী কৰাও সম্ভৱ হ’ব।

কুম্ভ : নিজৰ অজানিতে জেদভাৱ আহিব পাৰে। ফলত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। ধৈৰ্য ধৰিব লাগিব।

মীন : নাম, যশ বৃদ্ধি পাব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰত লোৱা যিকোনো সিদ্ধান্তই ভাল ফল দিব। লক্ষ্য পূৰণৰ বাবে আৰাম ত্যাগ কৰিব লাগিব পাৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!