22.1 C
Assam
Tuesday, March 28, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ বাবে খান্দি থোৱা খাৱৈত পৰিল স্কুটী, শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা

Assamese Newsফ'ৰলেনযুক্ত পথ নিৰ্মাণৰ বাবে খান্দি থোৱা খাৱৈত পৰিল স্কুটী, শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা

শিৱসাগৰ ভটীয়াপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ বাবে খান্দি থোৱা খাৱৈত পৰিল স্কুটী।

AS 04 P 5416 নম্বৰৰ স্কুটীখনেৰে আহি থকা অৱস্থাত চালক শ্যাম কলিতা এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনা মৰণফান্দৰূপী পথৰ বাবেই হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। ফ’ৰলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাই খান্দি থোৱা অংশত দিয়া নাছিল কোনো সাংকেতিক চিহ্ন অথবা নিৰ্দেশনা ব’ৰ্ড।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!