জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱালৰ বিয়া, হ’বলগীয়া স্বামীৰ সৈতে শ্বেয়াৰ কৰিলে ফটো

দশেৰাৰ দিনা জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱালে হ’বলগীয়া স্বামীৰ সৈতে শ্বেয়াৰ কৰিলে আকৰ্ষণীয় ফটো।
কেইদিনমান পূৰ্বে গৌতম কিটচলোৰ সৈতে এনগেজমেণ্ট হয় কাজল আগৰৱালৰ।
অভিনেত্ৰীগৰাকীয়ে ফটো শ্বেয়াৰ কৰি লিখিছে যে, ‘ আমাৰ ফালৰ পৰা দশেৰাৰ শুভেচ্ছা জনাইছো।’
শীঘ্ৰে গৌতমৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ব কাজল।
দীৰ্ঘ দিন ধৰি কাজল আগৰৱালৰ বিবাহৰ সম্পৰ্কত ছচিয়েল মিডিয়াত চলি আচিল চৰ্চা।