বিক্ৰী বন্ধ হ’ল শিখৰ,ৰজনীগন্ধা,গুটখা আৰু পাণমচলা
১৪৪ধাৰাৰ অধীনত জাৰি কৰা হৈছে নিষেধাজ্ঞা,
কামৰূপ জিলাত নিষিদ্ধ জৰ্দা,পাণমচলা,গুটখা শিখৰ ,
জিলা উপায়ুক্ত কৈলাস কাৰ্তিকে নিষিদ্ধ কৰিছে পাণমচলা,গুটখা আদি বিক্ৰী মজুতকৰণ,
কামৰূপ জিলাত জৰুৰী নিৰ্দেশনা প্ৰশাসনৰ