মাতৃ হ’ব কেটৰিনা কাইফ !

মাতৃ হ’ব কেটৰিনা কাইফ !

প্ৰতিদিনে অভিনেত্ৰীগৰাকীক এনেকুৱা এটা ৰূপত দেখা যায় যে গৰ্ভাৱস্থাৰ খবৰটো অধিক বিয়পি পৰে।  কেতিয়াবা অভিনেত্ৰীগৰাকীৰ ঢিলা কাপোৰ দেখি অনুৰাগীসকলে কেটৰিনাক গৰ্ভৱতী বুলি ভাবে আৰু কেতিয়াবা কেইদিনমান পূৰ্বে কেটৰিনাৰ সিদ্ধিবিনায়ক মন্দিৰৰ ফটোখন দেখি অনুৰাগীসকলে অনুভৱ কৰিছিল যে অভিনেত্ৰীগৰাকীয়ে অতি সোনকালে প্ৰকাশ কৰিব ভাল খবৰটো। একে সময়তে বিকি কৌশলেও এই কথাবোৰক লৈ একো কোৱা নাই।

এই ফটোবোৰে এই সকলোবোৰ কয়–

 

 

 

 

 

Shahnawaz Hamza

Related