গাৰ নোম শিয়ৰি উঠা এটা ভয়ানক দৃশ্য; যৌতুকৰ বাবেই বোৱাৰীক ৰছীৰে বান্ধি শাস্তি!

1 min read
পলাশবাৰীত যৌতুকৰ নামত বোৱাৰীক তালিবানি শাস্তি! ৰছীৰে বান্ধি তালিবানী শাস্তি শাহু-শহুৰ, স্বামী-ভাই-শহুৰৰ । ৫ দিন পুৰ্বে মহিলা গৰাকীয়ে জন্ম দিছিল এটি লৰা সন্তানৰ ।নিজ ভাতৃয়ে আৰক্ষীৰ সহায়ত জীৱন ৰক্ষা কৰিলে মহিলাগৰাকীৰ

একমাত্ৰ যৌতুকৰ বাবেই বোৱাৰীক ৰছীৰে বান্ধি শাস্তি ।

এই ঘটনা সংঘটিত হৈছে অসমৰে এখন ঠাইত ।

মাত্ৰ পাঁচ দিন পূৰ্বেই জন্ম হোৱা সন্তানকো প্ৰহাৰৰ অভিযোগ ।

পলাশবাৰীত স্বামীৰ ঘৰৰ পৰিয়ালৰ লোকে এনেদৰে ৰছীৰে বান্ধি অত্যাচাৰ চলাইছে এগৰাকী মহিলাক ।

You May Also Like

More From Author