30 C
Assam
Wednesday, June 7, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন দল ঘোষণা

Assamese Newsকৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন দল ঘোষণা

গুৱাহাটী: ৰাজ্যৰ ৰাজনীতিত পুনৰ এটা নতুন দল। আছুৰ AJPৰ পাছত এইবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন দল। অহা ২ অক্টোবৰত আত্মপ্ৰকাশ কৰিব দলটোৱে।

দলটোৰ নেতৃত্বত অখিল গগৈ। এই নতুন দলটোৰ অংশীদাৰ হ’ব এটা জাতীয় সংগঠন আৰু এটা আঞ্চলিক দল।

সকলো জাতি-জনগোষ্ঠীৰ লোকক সাঙুৰি ল’ব বুলি মন্তব্য কৰে কৃষক মুক্তিৰ নেতৃত্বই।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!