24 C
Assam
Sunday, September 25, 2022

Featured News

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন দল ঘোষণা

Assamese Newsকৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন দল ঘোষণা

গুৱাহাটী: ৰাজ্যৰ ৰাজনীতিত পুনৰ এটা নতুন দল। আছুৰ AJPৰ পাছত এইবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন দল। অহা ২ অক্টোবৰত আত্মপ্ৰকাশ কৰিব দলটোৱে।

দলটোৰ নেতৃত্বত অখিল গগৈ। এই নতুন দলটোৰ অংশীদাৰ হ’ব এটা জাতীয় সংগঠন আৰু এটা আঞ্চলিক দল।

সকলো জাতি-জনগোষ্ঠীৰ লোকক সাঙুৰি ল’ব বুলি মন্তব্য কৰে কৃষক মুক্তিৰ নেতৃত্বই।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: