26.9 C
Assam
Friday, August 19, 2022

Featured News

Two arrested for cattle smuggling in Assam

Assam Police on Thursday arrested two persons...

Assam: 3 nabbed for rhino horn smuggling near Kaziranga

Forest officials in Assam caught three persons...

বাবৰি মছজিদ ধ্বংস গোচৰত আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা

Assamese Newsবাবৰি মছজিদ ধ্বংস গোচৰত আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা

গুৱাহাটী: বাবৰি মছজিদ ধ্বংস গোচৰত আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা। উপযুক্ত প্ৰমাণ নোহোৱাৰ বাবেই ৩২ জন অভিযুক্তক নিৰ্দোষী ঘোষণা কৰিলে CBIৰ বিশেষ আদালতে।

আদালতৰ মতে বাবৰি মছজিদ ধ্বংস পূৰ্ব পৰিকল্পিত নাছিল। ইয়াৰ লগে লগে দোষমুক্ত হ’ল বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানি, মুৰলী মনোহৰ যোশী, উমা ভাৰতী আৰু উত্তৰ প্ৰদেশ প্ৰাক্তন মুখ্য মন্ত্ৰী কল্যাণ সিং। সুদীৰ্ঘ ২৮ বছৰৰ মূৰত এই ৰায়দান আদালতৰ।

প্ৰায় ১০০০ পৃষ্ঠাৰ ৰায়দান দিয়ে আদালতে। সোঁশৰীৰে উপস্থিত থকাৰ বিপৰীতে আদবানি, উমা ভাৰতীকে ধৰি মুঠ ৬জন অভিযুক্ত ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি উপস্থিত আছিল।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: