SBKF আন্ত: ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিক্সত সোণৰ পদক লাভ কুঞ্জলতা বড়োৰ

SBKF আন্ত: ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিক্সত সোণৰ পদক লাভ কুঞ্জলতা বড়োৰ

নেপালত অনুষ্ঠিত হোৱা ২০২১ বৰ্ষৰ আন্ত: ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিক্স, (SBKF) প্ৰতিযোগীতাত  ভাৰতৰ হৈ অংশগ্ৰহণ কৰা ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত কেইবাখনো দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা খেল খনত ভাৰতৰ হৈ ৰিপ্ৰেজেণ্ট কৰা  ওদালগুৰি জিলাৰ কলাইগাঁ‌ৱৰ নিবাসী কুঞ্জলতা বড়োয়ে প্ৰথমস্থান দখলৰে স্বৰ্ণ পদক লাভ কৰি ভাৰত তথা অসমলৈ সোণাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

GTM Desk