fbpx

লাফিকুল ইছলামৰ হত্যাকাৰীৰ নাম-ফটো প্ৰকাশ CBIৰ

লাফিকুল ইছলামৰ হত্যাকাৰীৰ নাম-ফটো প্ৰকাশ CBIৰ। কোকৰাঝাৰৰ ৰূপা ব্ৰহ্ম ওৰফে কেজেং ব্ৰহ্ম ওৰফে ৰমেশ ব্ৰহ্ম। কোকৰাঝাৰৰ বিছমূৰীৰ দিংকুৰ মুছাহাৰী ওৰফে দাও। কোকৰাঝাৰৰ কঁঠালমূৰীৰ ভদ্ৰেশ্বৰ বসুমতাৰী ওৰফে ভদ্ৰে। লাফিকুল ইছলামক কোকৰাঝাৰত গুলীয়াই হত্যা কৰিছিল ৩ দুৰ্বৃত্তই। ABMSUৰ সভাপতি আছিল লাফিকুল ইছলাম।

২০১৭ চনৰ ১ আগষ্টত গুলীয়াই হত্যা কৰিছিল লাফিকুলক। ৩ হত্যাকাৰীৰ সন্ধান দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা CBIৰ। CBI, SCB নাইবা কোকৰাঝাৰ আৰক্ষীৰ 6026900824 নম্বৰত জনাব পাৰিব। সন্ধান দিওঁতাৰ নাম, পৰিচয়, ঠিকনা গোপনে ৰাখিব তদন্তকাৰী সংস্থাই।

error: Content is protected !!
%d bloggers like this: