23.2 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

পিয়াঁজ বাকলিৰ উপকাৰিতা

Assamese Newsপিয়াঁজ বাকলিৰ উপকাৰিতা

-পিয়াঁজ বহু কামত ব্যৱহাৰ কৰা হয় যদিও-ইয়াৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে-নাজানে।পিয়াঁজৰ বাকলিয়ে-ছালৰ বহু সমস্যা দূৰ কৰিব পাৰে।

পিয়াঁজ কাটোতে সকলে চকুত চকুপানী ওলাই আহে।কিন্তু পিয়াঁজৰ বাকলিয়ে-আপোনিৰ মুখ মণ্ডল জিলিকাই তুলিব পাৰে।পিয়াঁজৰ বাকলিত থকা পুষ্টিকৰ উপাদানে-চালখনক উজ্বল কৰি তোলাত সহায় কৰে।ভিটামিন-এ-চি-ই,ফাইবাৰ আৰু এন্টি-অক্সিডেন্টৰ দৰে পুষ্টিকৰ উপাদান ইয়াত থাকে।যিয়ে-ছালখনক সুন্দৰ কৰাৰ কাম কৰে। ঘৰতে থকা কিছুমান সামগ্ৰীৰ লগত-পিয়াঁজৰ বাকলি মিহলাই লগালে-উপকাৰ পোৱা যায়।

*গোলাপ জলৰ লগত-

-গোলাপ জলৰ লগত পিয়াঁজৰ বাকলি ব্যৱহাৰ কৰিলে-ব্ৰণ আৰু পিম্পলৰ সমস্যা নাইকিয়া হয়।পিয়াঁজৰ বাকলি মিহিকৈ পিহি-তাত গোলাপ জল দি-এটা পেষ্ট তৈয়াৰ কৰক।এই-পেষ্ট ৫-৬মিনিট মুখত ৰখাৰ পাছত ধুব লাগে। পিয়াঁজত থকা এন্টি-বেক্টেৰিয়েল গুণে পিম্পল দূৰ কৰে।

*নাচপতিৰ সৈতে-

-নাচপতিৰ লগত পিয়াঁজৰ খোলা মিহলাই ফেচ-মাস্ক বনাব পাৰি।এই প্ৰাকৃতিক ফেচ-মাস্ক বনাবলৈ-পিয়াঁজৰ খোলা উতলনই চেকি লব লাগে।এই পানীত নাচপতিৰ গুড়ি আৰু অলপ গাখীৰ দি-৩/৪মিনিট উতলিবলৈ দিব।এই পেষ্ট ঠাণ্ডা হলে-১০মিনিট মুখত ৰাখি ঠাণ্ডা পানীৰে ধুই দিব।

*পিয়াঁজৰ খোলা ওটছৰ লগত মিহলাই স্ক্ৰাব বনাব পাৰে।স্ক্ৰাব বনাবলৈ এটা পাত্ৰত-ওটছ আৰু আন এটা পাত্ৰত পিয়াঁজৰ খোলা উতলাই লওক।ঠাণ্ডা হোৱাৰ পাছত দুয়োটা মিহলাই-মুখত এই স্ক্ৰাব ব্যৱহাৰ কৰিলে-মুখৰ শুকানতা আঁতৰি যায় আৰু মুখ মণ্ডল জিলিকি উঠিব।

*সিজোৱা পিয়াঁজৰ খোলা-

-পিয়াঁজৰ বাকলি-সিজাই তাৰ পানী ছালত ব্যৱহাৰ কৰিব পাৰে।এই পানীৰে খজুৱতিৰ সমস্যা দূৰ কৰিব পাৰি।পিয়াঁজৰ খোলা পানী মিহলাই-উতলাই খজুৱতি হোৱা ঠাইত লগাব।আৰু ৫মিনিটৰ পাছত পানীৰে ধুব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!