Advertisement

সলনি হ’ব এই ৰাশিৰ ভাগ্য, জাতক-জাতিকাৰ ওপৰত পৰিব সূৰ্য্যৰ প্ৰভাৱ..

সলনি হ’ব এই ৰাশিৰ ভাগ্য, জাতক-জাতিকাৰ ওপৰত পৰিব সূৰ্য্যৰ প্ৰভাৱ..

সূৰ্য্যই প্ৰতিমাহে ৰাশি সলনি কৰে। ১৫ মে’ত বৃষ ৰাশিত আছিল সূৰ্য্য গোচৰ। ১৫ জুনলৈকে আৰু ২২ দিন এই ৰাশিত থাকিব সূৰ্য্য। এই প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত পৰিব।

কিছুমানে জ্যোতিষত বিশ্বাস কৰে আন কোনোৱে বিশ্বাস নকৰে। কিন্তু কোৱা হয় যে গ্ৰহৰ প্ৰভাৱ আমাৰ ৰাশিৰ ওপৰত নিৰ্ভৰশীল। এই প্ৰভাৱৰ বাবে কিছুমান ৰাশিৰ যদি ভাল ফল পোৱা যায়, তেন্তে আন কিছুমান ৰাশিয়ে বেয়া ফলাফল পায়।

সূৰ্য্যই প্ৰতিমাহে ৰাশি সলনি কৰে। ১৫ মে’ত বৃষ ৰাশিত আছিল সূৰ্য্য গোচৰ। ১৫ জুনলৈকে আৰু ২২ দিন এই ৰাশিত থাকিব সূৰ্য্য। এই প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত পৰিব।

কৰ্কট ৰাশিঃ এই ৰাশিৰ লোকৰ বিবাহৰ সম্ভাৱনা থাকে। নতুন চাকৰিৰ সুযোগ উপলব্ধ হ’ব। নতুনকৈ ঘৰ বা বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। নিজৰ স্বাস্থ্য ভাল হ’ব।

বৃষ ৰাশিঃ বৃষ ৰাশিত সূৰ্য্যৰ গতিবিধিৰ ফলত ব্যৱসায়ীসকলৰ বাবে বৃহৎ লাভ হ’ব। আদালতৰ কাম-কাজ আপোনাৰ পক্ষত ঘূৰিব। স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজনীয়।

ধনু ৰাশিঃ সূৰ্য্যৰ ৰাশিৰ ৰূপান্তৰৰ প্ৰভাৱ এই ৰাশিৰ লোকৰ ওপৰত পৰে। বাকী থকা ধন ঘূৰাই পাব। আৰ্থিকভাৱে তেওঁলোক শক্তিশালী হ’ব। ব্যৱসায়ত ভাল লাভ আহিব।

Shahnawaz Hamza

Related