38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

কামাখ্যা ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণ..

Assamese Newsকামাখ্যা ৰে'ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণ..

মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণ। নামনি কাজিৰঙা এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে সোণখিনি। কামাখ্যা জিআৰপিৰ নিয়মীয়া তালাচীত বিকাশ গোৱেল নামৰ এজন লোকৰ পৰা জব্দ কৰা হয় বিস্কুটৰ ৰূপত থকা সোণখিনি (Gold Seized in Guwahati)।

জানিব পৰা মতে, ধৃত লোকজনক পল্টনবজাৰস্থিত বিশালৰ সমীপত এজন লোকে দিছিল সোণৰ বিস্কুটখিনি। গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ যোৱাৰ পৰিকল্পনা আছিল সোণখিনি লৈ। উল্লেখ্য, ধৃত লোকজন দিল্লীৰ ৰোহিণীৰ বাসিন্দা। জব্দকৃত সোণখিনিৰ ওজন ৮৪০ গ্ৰাম। কোনে সোণখিনি দিছিল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে জিআৰপিয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!