👉পুনৰ বিলাতী সুৰাৰ দাম বৃদ্ধি
👉১৫ জুনৰ পৰা ৬৫ শতাংশকৈ বাঢ়িব সুৰাৰ দৰ
👉ৰেগুলাৰ ব্রেণ্ডৰ বটলত ন্যূনতম বৃদ্ধি পাব ৯২ টকাকৈ
👉জেনেৰেল ব্রেণ্ডৰ প্রতি বটলত বাঢ়িব ৮০ টকাকৈ
👉ক্লাছিক প্রিমিয়াম ব্রেণ্ডৰ সুৰাৰ প্রতি বটলত কমেও ৩৫০ টকাকৈ পাব বৃদ্ধি
👉আবকাৰী বিভাগৰ জাননী জাৰি