মঙ্গলদৈত দৰং কংগ্ৰেছৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ ।

মঙ্গলদৈত দৰং কংগ্ৰেছৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ ।

সমগ্ৰ দেশজুৰি মূল্য বৃদ্ধিয়ে যি ভয়ানক ৰূপ ধাৰণ কৰিছে তাক লৈ দৰং জিলা কংগ্ৰেছ কমিটিয়ে আজি মূল্য বৃদ্ধিৰ প্ৰতিবাদত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আমিনুৰ ৰচিত চৌধুৰী ,খলিলুৰ ৰহমান, জিলা কংগ্ৰেছ ৰ সম্পাদক কন্দৰ্প কলিতা, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীৰ লগতে দলীয় কৰ্মী সকল এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
মঙ্গলদৈৰ পৰা মকছেদ আলি।

GTM Desk

Related