ফেব্ৰুৱাৰীত নহয় মাৰ্চত অনুষ্ঠিত হ’ব ২০২১ বৰ্ষৰ মেট্ৰিক পৰীক্ষা

1 min read

পূৰ্বতকৈ এমাহৰ পিছত অনুষ্ঠিত হ’ব আগন্তক বৰ্ষৰ মেট্ৰিক পৰীক্ষা ক’ৰ’না ভাইৰাছৰ বাবে ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত মাৰ্চ মাহত।

পূৰ্বতকৈ প্ৰায় এমাহ পিছুৱাৰ কথা ঘোষণা কৰিছে ‘ছেবা’ কৰ্তৃপক্ষই।মাৰ্চ মাহতহে অনুষ্ঠিত হ’ব অহা বৰ্ষৰ মেট্ৰিক পৰীক্ষা।

উল্লেখ যে ইতিমধ্যে ৩০ শতাংশ মূল ছিলেবাছ কৰ্তন কৰা হৈছে।ইফালে ক’ৰ’নাৰ বাবে বিগত ৮ মাহ ধৰি বন্ধ হৈ আছে বিদ্যালয়সমূহ।

তাৰ বাবে অধিক বিপাঙত পৰিছে ছাত্ৰ-ছাত্ৰীসকল।

গুৰুত্বপূৰ্ণ যে পূৰ্বে ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হৈছিল মেট্ৰিক পৰীক্ষা।

You May Also Like

More From Author