24.7 C
Assam
Monday, November 28, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

পঞ্চায়তৰ কৰ্মচাৰীৰ কামনাৰ বলি হৈ অন্ত:সত্ত্বা হ’ল কিশোৰী

Assamese Newsপঞ্চায়তৰ কৰ্মচাৰীৰ কামনাৰ বলি হৈ অন্ত:সত্ত্বা হ'ল কিশোৰী
আমগুৰিত পঞ্চায়তৰ কৰ্মচাৰীৰ কামনাৰ বলি হৈ অন্তসত্বা হ’ল এগৰাকী কিশোৰী ৷ অভিযুক্ত নামতি পুলৰ জনৈক গগৈ খনামুখ গাঁও জি আৰ এচ হিচাপে কৰ্মৰত বুলি জানিব পৰা গৈছে ৷ অভিযুক্তৰ ঘৰত বনকৰা হিচাপে আছিল কিশোৰী গৰাকী ৷ দীৰ্ঘদিন ধৰি কিশোৰীগৰাকী বনকৰা হিচাপে থকাৰ পিছতে কামনাৰ বলি হয়। ইতিমধ্যে কিশোৰীগৰাকী ৭ মাহৰ অন্ত:সত্ত্বা বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত কিশোৰীৰ মাতৃয়ে আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: