22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

মৰিগাঁও নগৰত সংঘটিত হৈছে এক দিন ডকাইতৰ ঘটনা।

Assamese Newsমৰিগাঁও নগৰত সংঘটিত হৈছে এক দিন ডকাইতৰ ঘটনা।

মৰিগাঁও আৰক্ষী অধীক্ষক কাৰ্য্যালয়ৰ দাঁতিতে সোমবাৰে এজন ব্যক্তিৰ পৰা দিন দুপৰতে দুৰ্বৃত্তই কাঢ়ি লৈ যায় ২লাখ ৫০ হাজাৰ টকা।
মৰিগাঁও নগৰৰ সমীপৱৰ্তী পছতীয়াত ভাড়াতীয়া হিচাপে থকা কাহিবাড়িৰ ঘনকান্ত কোচ নামৰ ব্যক্তিজনে মৰিগাঁও পাঞ্জাব নেচনেল বেংকৰ পৰা দুই লাখ পঞ্চাশ হাজাৰ টকা উঠাই নিজ ঘৰ মুখে গৈ থকা অৱস্থাত মৰিগাঁও আৰক্ষী অধীক্ষক কাৰ্য্যালয়ৰ কাষতে এখন মটৰচাইকেলত যোৱা দুজন দুৰ্বৃত্তই আগচি ধৰি টকাৰ মোনাটো কাঢ়ি লৈ যায়।

 

ঘটনাৰ খৱৰ পোৱাৰ পিছতে মৰিগাওঁ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে এজনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই।
এতিয়া প্ৰশ্ন হয় আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে গিজগিজাই থকা মৰিগাঁও নগৰত বিশেষকৈ আৰক্ষী অধীক্ষকৰ

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!