21.9 C
Assam
Saturday, April 1, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

কিশোৰীক দেখি ‘আজা আজা’ গান গোৱা যুৱকক আদালতে কৰিলে দোষী সাব্যস্ত

Assamese Newsকিশোৰীক দেখি ‘আজা আজা’ গান গোৱা যুৱকক আদালতে কৰিলে দোষী সাব্যস্ত
এজনী নাবালিকাক অনুসৰণ কৰি ‘আজা, আজা’ বুলি গান গোৱা এজন অভিযুক্তক দোষী সাব্যস্ত কৰিলে মুম্বাইৰ আদালতে৷ উল্লেখ্য যে এই ঘটনাক যৌন আতিশয্য বুলি অভিহিত কৰিছে আদালতখনে৷ অৱশ্যে অভিযুক্ত যুৱকজনে নতুনকৈ কাৰাবাস খাটিব নালাগে৷ কাৰণ ইতিমধ্যে কেইবামাহো কাৰাবাস খাটিবলগীয়া হৈছে যুৱকজনে৷ মুম্বাইৰ নিম্ন আদালত এখনে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪(ডি) আৰু পকছো আইনৰ অধীনত যুৱকজনক দোষী সাব্যস্ত কৰে৷
লক্ষণীয়ভাৱে ২০১৫ চনতে যুৱকজনে কিশোৰীজনীক টিউচনলৈ যোৱাৰ সময়ত এনেদৰে পথত আতিশয্য চলাইছিল৷ কিশোৰীজনীক ‘আজা আজা’ বুলি গান গোৱাৰ ছলেৰে অসৎ ইংগিত দিয়া বুলি যুৱকজনৰ বিৰুদ্ধে অভিযোগ অনা হৈছিল৷ এই গোচৰত দোষী সাব্যস্ত হৈছে যুৱকজন৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!