অসমলৈ গৌৰৱ কঢ়িয়ালে নগাঁৱৰ ভাস্বত শইকীয়াই

অসমলৈ গৌৰৱ কঢ়িয়ালে নগাঁৱৰ ভাস্বত শইকীয়াই

অসমলৈ গৌৰৱ কঢ়িয়ালে নগাঁৱৰ ভাস্বত শইকীয়াই।

ভাৰতীয় বন সেৱা(IFS)ৰ পৰীক্ষাত ৬৮সংখ্যক স্থানৰে উজ্বলিল ভাস্বত।

নগাঁও চহৰৰ ডিফলুৰ ভাস্বত শইকীয়াৰ সাফল্যত নগাঁৱত আনন্দৰ জোৱাৰ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাতো দশম স্থান লাভ কৰিছিল ভাস্বতে।

অসমতে বন বিভাগত সেৱা আগবঢ়াব বিচাৰে ভাস্বতে।

GTM Desk