21.9 C
Assam
Saturday, April 1, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

নগাঁৱৰ মাজ জামুগুৰিত গাত খান্দোতে ওলাল ৰামচন্দ্ৰ–হনুমানৰ প্ৰতিমূৰ্তি

Assamese Newsনগাঁৱৰ মাজ জামুগুৰিত গাত খান্দোতে ওলাল ৰামচন্দ্ৰ–হনুমানৰ প্ৰতিমূৰ্তি

নগাঁও চহৰৰ পৰা পাশ্বৱৰ্তী মাজ জামুগুৰিত উদ্ধাৰ প্ৰাচীণ প্ৰতিমূৰ্তি। প্ৰাপ্ত খবৰ অনুসৰি , মাজ জামুগুৰি অঞ্চলৰ বাসিন্দা ডিম্বেশ্বৰ নাথৰ ঘৰত থকা ঢেঁকীশালৰ শিলৰ খুৱলি পুনৰ মেৰামতিৰ কাৰণে গাত খান্দোতে গাতৰ তলৰ পৰা ওলায় শ্ৰীৰামচন্দ্ৰ,হনুমান আৰু ঋষি খোদিত প্ৰাচীন শিলামূৰ্তি ৷

পাছত ডিমেশ্বৰ নাথে মুৰ্তিভাগ ধুই পখালি নিদিষ্ট স্থানত প্ৰতিষ্ঠা কৰি পূজা- অৰ্চনা কৰে ৷ আনহাতে নাথৰ ঘৰত গাত খান্দোতে ৰামচন্দ্ৰ আৰু হনুমানৰ শিলামূৰ্তি উদ্ধাৰ হোৱা খবৰ বিয়পি কৰাৰ পাছতে বহু ভক্তৱানলোকৰ সমাগম হয় ৷

সকলোৱে এইয়া ঈশ্বৰৰ ঐশ্বৰিক মহিমা বুলি মন্তব্য কৰে যদিও আন একাংশই পূৰ্বতে সেই স্থানত থকা প্ৰাচীন মন্দিৰৰ প্ৰতিমুৰ্তি বুলি উল্লেখ কৰে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!