22.5 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

নাহিদ আফ্ৰিনৰ ৰাজ্যিক বঁটাক লৈ বিতৰ্ক !

Assamese Newsনাহিদ আফ্ৰিনৰ ৰাজ্যিক বঁটাক লৈ বিতৰ্ক !

সোমবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আয়োজিত হয় অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ( ২০১৮-২০১৯) অনুষ্ঠানত ।

অনুষ্ঠানত বিভিন্ন কলা – কুশলীৰ লগতে নাহিদেও লাভ কৰে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা। বৰ্তমান নাহিদে লাভ কৰা এই অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈয়ে আৰম্ভ হৈছে বিতৰ্ক । কিন্তু কিয় ?

তথ্য অনুসৰি কণ্ঠদান নকৰা গীতৰ বাবে বঁটা পালে কণ্ঠশিল্পী নাহিদ আফ্ৰীনে । নিজানৰ গান চলচ্চিত্ৰৰ ‘ নিলাতে লুকা ভাকু ‘ গানটোৰ বাবেই নাহিদক প্ৰদান কৰা হ’ল শ্ৰেষ্ঠ নেপথ্য গায়িকা।

কিন্তু প্ৰকৃততে গীতটোত কণ্ঠদান কৰিছে ৰূপজ্যোতি দেৱীয়ে । বঁটা প্ৰদানৰ পাছতেই এতিয়া সৃষ্টি হৈছে নাহিদ আফ্ৰিনে ৰাজ্যিক বঁটা পোৱাক লৈ বিতৰ্ক ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!