22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

শ্রেষ্ঠ কণ্ঠশিল্পীৰ বঁটা ঘূৰাই দিব নালাগে নাহিদ আফ্রিনে :মন্ত্ৰী বিমল বৰা

Assamese Newsশ্রেষ্ঠ কণ্ঠশিল্পীৰ বঁটা ঘূৰাই দিব নালাগে নাহিদ আফ্রিনে :মন্ত্ৰী বিমল বৰা

‘প্রযোজকে বঁটাটোৰ বাবে নাহিদ আফ্ৰিনৰ নাম দিছিল ‘ বঁটা বিতৰ্কৰ অৱসান ঘটাই ঘোষণা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ!

প্ৰযোজক-পৰিচালকে নাহিদৰ নাম নমিনেচন কৰিছে, জুৰীয়ে নাহিদকেই নিৰ্বাচন কৰিছে৷ হয়তো গানৰ কলিটো উল্লেখ কৰোতে অলপ ইফাল-সিফাল হৈছে৷ কিন্তু বঁটা নাহিদেই লাভ কৰিছে৷ সদৰী কৰিলে সাংস্কৃতিক মন্ত্ৰীয়ে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!