21.3 C
Assam
Wednesday, March 22, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত সকলো নীতি-নিয়ম পালন কৰি মেট্ৰিক পৰীক্ষা আৰম্ভ

Assamese Newsনাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত সকলো নীতি-নিয়ম পালন কৰি মেট্ৰিক পৰীক্ষা আৰম্ভ

ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। নাজিৰাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়তো কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আহি এই পৰীক্ষাকেন্দ্ৰটোত অৱতীৰ্ণ হৈছে।সকলো নীতি-নিয়ম মানি অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হয়। নাজিৰাৰ এই পৰীক্ষা কেন্দ্ৰটোত অৱতীৰ্ণ হৈছে প্ৰায় ৩,২৫৩ জন ছাত্ৰ-ছাত্ৰী । পুৱাৰ ভাগৰ পৰাই পৰীক্ষা কেন্দ্ৰটোত গঢ়ি তোলা হৈছে কট-কটীয়া নিৰাপত্তা ব্যৱস্থা। সমান্তৰালকৈ যিকোনো বিপদৰ পৰা ৰক্ষা পাব পৰাকৈ সস্তম কৰি ৰখা হৈছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু স্বাস্থ্য কৰ্মীৰ দল ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!