25.1 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

লাকুৱা পঠালিগড় ১ নং কোঁৱৰ গাওঁত ড্ৰাগছৰ বিৰুদ্ধে নিশা নাজিৰা আৰক্ষীৰ অভিযান ৷

Assamese Newsলাকুৱা পঠালিগড় ১ নং কোঁৱৰ গাওঁত ড্ৰাগছৰ বিৰুদ্ধে নিশা নাজিৰা আৰক্ষীৰ অভিযান ৷

 

অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ ৷ নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নেতৃত্বত চলিছিল এই অভিযান ৷ শিমলুগুৰি, নাজিৰা ,বিহুবৰ ’ আৰু লাকুৱা আৰক্ষীৰ থানাৰ অভিযানত এখন মাৰুতি 800, AS04H 9543 সহ এখন হিৰোহ’ণ্ডা মটৰচাইকেল AS04Q 2283 জব্দ কৰে আৰক্ষীয়ে ৷

পথালিগড়ৰ ১ নং কোঁৱৰ গাওঁৰ দুলু ফুকনৰ বাসগৃহত চলোৱা অভিযানত এগৰাকী যুৱতী সহ ৩ জন যুৱকক আটক ৷

আটাকাধীন যুৱক কেইজন ক্ৰমে মাধুৰ্য্য দত্ত, ৰোহিত বড়ো,অমল ৷

আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে আটকাধীন ব্যক্তিকেইজনৰ বিৰুদ্ধে৷

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!