ৰাজ্যত ঘোষণা কৰা নহয় লক ডাউন

ক’ভিড-19এ পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও অসমত লক ডাউন ঘোষণা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰে এই কথা ।

উল্লেখ্য যে, দেশ তথা অসমৰ ক’ভিড পৰিস্থিতিয়ে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Covid cases increasing in Assam) । ক’ভিড আক্ৰান্তৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাই আছে । অসমত কৰ’ণাৰ তৃতীয়ঢৌ আৰম্ভ হোৱাৰ সম্ভাৱনাত (Possibilities of Covid third wave in Assam) উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । সমগ্ৰ ৰাজ্যতে পৰিস্থিতি ক্ৰমাৎ বেয়াৰ দিশে গতি কৰাৰ সমন্তৰালকৈ বিশেষকৈ গুৱাহাটী মহানগৰীত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ হৈছে । ইয়োৰোপৰি অসমত এতিয়ালৈকে দুজন অ’মিক্ৰণ ৰোগী ধৰা পৰিছে ।

error: Content is protected !!
%d bloggers like this: