নলবাৰী চহৰত ভয়ংকৰ দুৰ্ঘটনা ! ঘাতকৰূপী ডাম্পাৰৰ চেপাত হাত ভৰি হেৰুৱালে এগৰাকী নাছে

নলবাৰী চহৰত ভয়ংকৰ দুৰ্ঘটনা ! ঘাতকৰূপী ডাম্পাৰৰ চেপাত হাত ভৰি হেৰুৱালে এগৰাকী নাছে

নলবাৰী চহৰত ভয়ংকৰ দুৰ্ঘটনা

ঘাতকৰূপী ডাম্পাৰৰ চেপাত হাত ভৰি হেৰুৱালে এগৰাকী নাছে

তীব্ৰবেগী ডাম্পাৰখনৰ চেপাত সোঁহাত, সোঁভৰি চিঙি যায় নাৰ্ছগৰাকীৰ

নলবাৰী মেডিকেল কলেজলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্রস্ত আজিজা বেগম

সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ আজিজাক এমাহ পূর্বে বিবাহ পাশত আবদ্ধ হৈছিল আজিজা

GTM Desk

Related