ডায়েবেটিচ ৰোগীৰ বাবে খাদ্যত আলমণ্ড ৰখাটো অতি উপকাৰী। হেল্থলাইন প্ৰতিবেদন অনুসৰি, প্ৰায় ৩০ গ্ৰাম বাদামত ১৫ গ্ৰাম ভিটামিন আৰু খনিজ থাকে। বহুতো অধ্যয়নে প্ৰকাশ কৰিছে যে বাদাম খালে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থাকিব পাৰে। অৱশ্যে আপুনি সীমিত পৰিমাণে বাদাম খোৱা উচিত। মেডিকেল নিউজ টুডেৰ এক প্ৰতিবেদন অনুসৰি, ছুগাৰৰ ৰোগীসকলে ৰাতিপুৱাৰ আহাৰত
আপুনি নিতৌ সুৰাপান কৰে নেকি? অথবা আপুনি কেতিয়াবাহে সুৰাপান কৰে নেকি? সুৰাপায়ী সকলৰ বাবে আমেৰিকাৰ চিকিৎসকে কৰা গৱেষণাত পোহৰলৈ আহিছে নতুন তথ্য। আমেৰিকাৰ ARGP নামৰ এটা চিকিৎসকৰ সংস্থাই ১৯৯৭ চনৰ পৰা ২০২১চনলৈ ৰক্তচাপজনিত ৰোগৰ ওপৰত কৰা গৱেষণাত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য। এইসকল চিকিৎসকে কৰা গৱেষণাত প্ৰমাণ হৈছে ৯৮ শতাংশ ৰক্তচাপজনিত
কলেষ্টেৰল হৈছে কোষআৱৰণত পোৱা এক প্ৰকাৰৰ চৰ্বিযুক্ত, তেলেতীয়া ষ্টেৰইড যি তেজত পৰিবহন হয়। ই স্তন্যপায়ী প্ৰাণীৰ কোষ আৱৰণৰ এক অত্যাৱশ্যকীয় উপাদান। কিন্তু যদি কলেষ্টেৰলৰ স্তৰ উচ্চ হয়, ই ধ্বংসাত্মক হ’ব! হৃদৰোগ আৰু সংবহন ৰোগৰ বিপদাশংকা বৃদ্ধি কৰে! হৃদআক্ৰমণ আৰু ষ্ট্ৰোকৰ আশংকাও বহুগুণে বৃদ্ধি হয়। গতিকে সাৱধান হওক! চিকিৎসকৰ মতে, কলেষ্টেৰল
চৌদিশে এতিয়া জনজাংটিভাইটিছৰ আতংক (conjunctivitis)। বহু লোক আক্ৰান্ত হৈছে এই চকুৰ ফ্লুত। ই হৈছে এক সংক্ৰাক ৰোগ যিয়ে ভাইৰাছ বা বেক্টেৰিয়াৰ দ্বাৰা চকুত প্ৰভাৱ পেলায়। বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। এই ৰোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ফালৰ পৰাও জাৰি কেতবোৰ সতৰ্কবাণী। কনজাংটিভাইটিছৰ লক্ষণসমূহ ১. চকু ৰঙা
সোমবাৰৰ উপবাস ভগৱান শিৱৰ ওপৰত পালন কৰা হয়।সোমবাৰৰ শব্দ-সংস্কৃতত সোম শব্দৰ পৰা অনা হৈছে।সোমবাৰৰ শব্দ সংস্কৃতৰ সোম শব্দৰ পৰা আহিছে।যাৰ অৰ্থ হৈছে-চন্দ্ৰমা।অৰ্থাৎ হিন্দু দেৱতা চন্দ্ৰ।লগতে ভগৱান শিৱক সোমেশ্বৰ নামেৰে জনা যায়।কাৰণ মহাদেৱে নিজৰ জটাঁত অৰ্ধচন্দ্ৰাকাৰ চন্দ্ৰমাক ধাৰণ কৰে।সোমবাৰৰ ব্ৰত-ভগৱান সোমেশ্বৰক প্ৰসন্ন কৰিবলৈ সোমবাৰৰ দিনা কৰা হয়।আৰু ইয়াৰ দ্বাৰা মনৰকামনাও পূৰ্ণ