মানিমুনিৰ পাত সকলোৱে চিনি পায়। চেচুক ঠাইত হোৱা ই এবিধ বনৌষধি গছ। মানিমুনিৰ পাত আঞ্জা বনাই , ৰস উলিয়াই খোৱা হয়। মানিমুনি দুবিধ আছে। এবিধ সৰু আৰু আনবিধ ডাঙৰ মানিমুনি । ঔষধ হিচাপে সৰু মানিমুনি বিধ অধিক ব্যৱহাৰ কৰা হয়। প্ৰতিদিনে ৰাতিপুৱা মানিমুনি পাতৰ ৰস খালে কেতিয়াও পেটৰ অসুখ নহয়
এখন ৫০০ বছৰীয়া থান । ‘ভাঙুৰা বাবা’ৰ থান হিচাপে পৰিচিত এই থানখন পৰিচালিত হয় এটা ইছলাম ধৰ্মাৱলম্বী পৰিয়ালৰ দ্বাৰা । হিন্দু লোকৰ দ্বাৰা নহয়, ইছলাম ধৰ্মী লোকে পৰিচালনা কৰা থানখন কোনে স্থাপন কৰিছিল ? থানখন মুছলমান পৰিয়ালৰ দ্বাৰা পৰিচালিত হোৱাৰ আঁৰত আছে কেনে ধৰণৰ কাহিনী ? অসমতেই থকা এই থানখনৰ
The international agency is seeking the arrest of fugitive Indian billionaire jeweller Nirav Modi, who is the main accused in a $2 billion bank fraud case. The Financial Times reported last month that Modi had fled to Britain requesting political asylum.
মহা কুম্ভমেলালৈ গৈ আছিল পৰিয়ালটো, ৰাজপথত ৰৈ আছিল কাল অমানিশা! দুই শিশু সন্তানৰ সন্মুখতে কৰুণ মৃত্যু পিতৃ-মাতৃৰ প্ৰয়াগৰাজত চলি থকা মহা কুম্ভমেলাত পুণ্যস্নান কৰিবলৈ গৈ আছিল পৰিয়ালটো। কিন্তু তেওঁলোকৰ বাবে ৰাজপথত ৰৈ আছিল কাল অমানিশা! পুণ্যস্নানৰ বহুদিনীয়া সপোন পূৰণ নহ’ল! মৃত্যুক সাবটি ল’লে দম্পতীয়ে। এটা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হ’ল
মঙলবাৰে কলকাতাৰ মধ্যমগ্ৰামত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছত নাটকীয়ভাৱে এটা ট্ৰলীবেগৰ ভিতৰত সুমুৱাই অনা মৃতদেহটো কুমাৰতুলি গঙ্গাঘাটৰ সমীপত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে যোৰহাটৰ সৈতে। কাৰণ হত্যাকাণ্ডৰ বলি হোৱা মহিলাগৰাকী যোৰহাটৰ হোৱাৰ লগতে মূল অভিযুক্ত হৈছে যোৰহাটৰ বোৱাৰী। কলকাতাত ট্ৰলীবেগৰ ভিতৰত মৃতদেহ