ৰাহুল গান্ধীৰ বিবাহ সন্দৰ্ভত বহু জল্পনা-কল্পনা চলি আছে যদিও তেওঁ এতিয়াও ‘অবিবাহিত’। এতিয়া মাতৃ ছোনিয়া গান্ধীয়ে পুত্ৰৰ বাবে কইনা বিচাৰি উলিওৱাৰ কথা ক’লে। এটা ভিডিঅ’ত দেখা গৈছে যে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে হাৰিয়ানাৰ এগৰাকী মহিলাক এনেধৰণৰ কথাই কৈছে। শেহতীয়াকৈ হাৰিয়ানাৰ কৃষক পৰিয়ালৰ একাংশ মহিলাই দিল্লীত গান্ধী পৰিয়ালক লগ পাইছিল। ছোনিয়া, ৰাহুল আৰু
এজন মুছলমান যুৱকৰ লগত পলাই যোৱাৰ সন্দেহ ৷ ঘটনাটো সংঘটিত হৈছে বৰপথাৰৰ ঔ টেঙানীত । ৪ বছৰীয়া কন্যা সন্তানসহ পলাই যোৱাৰ সন্দেহ । বোৱাৰীগৰাকীৰ নাম কুঞ্জ শইকীয়া (২৪) । কোনো ব্যক্তিয়ে সম্ভেদ পালে 6000932137 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷
উল্লেখ্য যে পূৰ্বতে এই মেচৰ তাৰিখ ১৫ অক্টোবৰত নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু নতুন সূচী অনুসৰি, এই মেচখন এদিন পূৰ্বে অনুষ্ঠিত হ’ব । কেৱল সেয়াই নহয়, পাকিস্তানৰ আন এখন মেচৰো সূচী সলনি কৰা হৈছে । পাকিস্তান ক্ৰিকেট বোৰ্ডে তেওঁলোকৰ দুয়োখন খেলৰ তাৰিখ সলনি কৰাৰ আইচিচি আৰু বিচিচিআইৰ প্ৰস্তাৱৰ সৈতে সন্মত
হাৰিয়ানাৰ নুহ জিলাত সোমবাৰে বিশ্ব হিন্দু পৰিষদৰ ব্ৰজ মণ্ডল যাত্ৰাৰ পিছত হোৱা হিংসাত্মক ঘটনাত এতিয়ালৈকে ৬ জন লোকৰ মৃত্যু হৈছে । আনহাতে, বুধবাৰে হিন্দু সংগঠনবোৰে এই সংঘৰ্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মানেচাৰত এখন পঞ্চায়তৰ আহ্বান কৰে । ইয়াৰ উপৰি বিশ্ব হিন্দু পৰিষদে পাণিপথত বন্ধৰ আহ্বান জনায় । উল্লেখ্য যে এই হিংসাত্মক
🔘 পূৰ্বৰ দুটা প্ৰক্ৰিয়াৰ ঠাইত এতিয়া এটা প্ৰক্ৰিয়াৰ মাধ্যমেৰে নিৰ্বাচিত হ’ব শিক্ষক। 🔘 শিক্ষকৰ পদ অনুপাতে হে দিয়া হ’ব নিযুক্তি। 🔘 শিক্ষকৰ পদ অনুপাতে হে দিয়া হ’ব নিযুক্তি।