নিউজ ব্যুৰ’,নগাঁও,৫আগষ্ট:-দ্বাদশ কলকাতা আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱত পার্থজিৎ বৰুৱাই নিৰ্মাণ কৰা “ব্ৰাছ ষ্ট্ৰ’ক” নামৰ তথ্যচিত্ৰখনে শ্রেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, এই তথ্যচিত্ৰখনে ইতিমধ্যে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱতো শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল। তথ্যচিত্ৰখন কেৰালাৰ IDSFFKৰ প্ৰতিযোগিতাৰ শাখালৈ নিৰ্বাচিত হৈছিল। বিশিষ্ট পৰিচালক পার্থজিৎ বৰুৱাই নিজৰ প্ৰতিক্ৰিয়া
নিউজ ব্যুৰ’,নগাঁও,৫আগষ্ট :–সদ্যপ্ৰয়াত বিশিষ্ট সাংস্কৃতিক কৰ্মী,অভিনেতা, পৰিচালক,সু-বাদ্যযন্ত্ৰী তথা বলিষ্ঠ ব্যক্তিত্বৰ অধিকাৰী উমেশ শইকীয়াৰ আদ্যশ্ৰাদ্ধ নগাঁও জিলাৰ ঐতিহাসিক ফুলগুৰি অঞ্চলৰ উত্তৰ পেটবঢ়াত অনুষ্ঠিত হৈ যায় । আদ্যশ্ৰাদ্ধ উপলক্ষে প্ৰয়াত শইকীয়াৰ স্মৃতিত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । কলংপৰীয়া বকুলতল শিশু সাংস্কৃতিক গোষ্ঠী আৰু বনচাইৰ উদ্যোগত পৰিয়ালৰ সহযোগত আয়োজিত স্মৃতিচাৰণ অনুষ্ঠানত “উমেশ
নিউজ ব্যুৰ’,নগাঁও,৫আগষ্ট:– ৰাজ্যজুৰি শনিবাৰে পালন কৰা হয় ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৭৩ সংখ্যক মৃত্যু দিৱস । অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ মৃত্যু তিথিত ৰাজ্য চৰকাৰে প্ৰতিবছৰে লোককল্যাণ দিৱস হিচাপে পালন কৰি আহিছে । সেই উদ্দেশ্যে শনিবাৰে নগাঁৱতো পালন কৰা হয় লোককল্যাণ দিৱস । নগাঁৱৰ জিলা আয়ুক্তৰ সভাকক্ষত আয়োজিত লোককল্যাণ দিৱসত উপস্থিত থাকে
এজন ব্যক্তিৰ মগজুৱে চৌবিশ ঘণ্টাই একেৰাহে কাম কৰি থাকে। দীঘলীয়া সময় ধৰি নিৰন্তৰ কাম কৰাৰ বাবে মগজুটোক বিভিন্ন সময়ত বিভিন্ন ৰোগে আক্ৰান্ত কৰে। এই ৰোগ সমূহৰ এক অন্যতম ৰোগ হ’ল ‘ব্ৰেইন টিউমাৰ’ অথবা মগজু বা মস্তিস্কৰ টিউমাৰ। যেতিয়াই মস্তিস্কৰ টিউমাৰ বিকশিত হয়, শৰীৰত বিভিন্ন লক্ষণে দেখা দিবলৈ আৰম্ভ কৰে। যদি
সকলো মানুহেই শণিদেৱতাৰ নাম শুনিলেই মনে মনে বহুত ভীতিগ্ৰস্থ হয়। ইয়াৰ মূলতে হৈছে-শণিদেৱতা সকলো দেৱতাৰ ভিতৰত আটাইতকৈ বেছি খঙাল., উগ্র., প্ৰতাপী দেৱতা..। যাৰ ওপৰত শণিদেৱতাৰ কোপদৃষ্টি পৰিব তেওঁৰ জীৱন ধ্বংস হয় যায়। কিছুমান লোকে নৱগ্ৰহৰ ভিতৰত সূর্যক ৰজা আৰু শণিক ভৃত্য বুলি কব বিচাৰে। কিন্তু মহৰ্ষি কাশ্যপে=শণি স্তুতি আৰু শণি