মেষ ৰাশি: সামাজিক প্ৰেক্ষাপটত আত্মীয় আৰু বন্ধুবৰ্গৰ সৈতে আপুনি ভাল সময় অতিবাহিত কৰিব। বন্ধুবৰ্গৰ ওপৰত ধন খৰচ হ’ব আৰু তেওঁলোকৰ পৰা আপোনাৰ লাভও হ’ব। আপুনি ভ্ৰমণলৈ যাব পাৰে। চৰকাৰী কামত সফলতা লাভ কৰিব। বিবাহিত জীৱনত সম্প্ৰীতি থাকিব। উপাৰ্জনৰ নতুন উৎস ওলাব। হঠাতে ধন লাভৰ সম্ভাৱনা আছে। বৃষ ৰাশি: যিসকলে নতুন
শাওন মাহত কৈলাশৰ পৰা পৃথিৱীলৈ কিয় আহে ভগৱান শিৱ! পৃথিৱীলৈ আহি কত নিবাস কৰে ভগৱান শিৱই? ( Religious Studies ).. *অসমত ১৮জুলাই পৰা আৰম্ভ হৈছে।মান্যতা অনুসাৰে এই সময়ত ভগৱান শিৱ কৈলাশৰ পৰা পৃথিৱীলৈ আহে।আৰু পৃথিৱীৰেপৰা ব্ৰহ্মাণ্ডৰ সঞ্চালন কৰে। *দেৱশয়নী একাদশীৰপৰা দেৱতাসকলৰ শয়নকাল আৰম্ভ হল।শিৱ পুৰাণৰ অনুসাৰে যেতিয়া ভগৱান বিষ্ণু যোগ
প্ৰায়ে মন্দিৰৰ সকলোৱে নিশ্চয় দেখিছে যে শিৱ মন্দিৰৰ ভিতৰত ভোলেনাথৰ দৰ্শনৰ পূৰ্বে বাহিৰত বা কাষত নন্দীৰ প্ৰতিমূৰ্তি আছে। ( Religious Studies ) ভক্তসকলে প্ৰথমে তেওঁক দেখা পায়, তাৰ পিছত ভোলেনাথক দেখা যায়। নন্দীক ভগৱান শিৱৰ বাহন বুলি কোৱা হয়। শিৱ আৰু নন্দীৰ মাজত সম্পৰ্ক আছে, সেইটো জানেনে? য’ত ভগৱান শিৱ
এই ৪টা বস্তু শিৱ লিংগত কেতিয়াও ভুলটো নিদিব। যদি এই কেইটা বস্তু শিৱ লিংগত দিয়ে, তেন্তে ই এটা অত্যন্ত ভুল হয়। আৰু ইয়াৰ ফলত আপুনি হয়টো ভগৱান শিৱৰ কৃপা লাভ কৰাৰ পৰা বিৰত হব লগাত পৰিব পাৰে। সৰ্বপ্ৰথমে, শিৱ পূজাত কোনোদিনে তুলসী ব্যৱহাৰ নহয়। এইকথা একমাত্র ভগৱান শিৱৰ ক্ষেত্রতে নহয়।
ৰাহুল গান্ধীৰ বিবাহ সন্দৰ্ভত বহু জল্পনা-কল্পনা চলি আছে যদিও তেওঁ এতিয়াও ‘অবিবাহিত’। এতিয়া মাতৃ ছোনিয়া গান্ধীয়ে পুত্ৰৰ বাবে কইনা বিচাৰি উলিওৱাৰ কথা ক’লে। এটা ভিডিঅ’ত দেখা গৈছে যে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে হাৰিয়ানাৰ এগৰাকী মহিলাক এনেধৰণৰ কথাই কৈছে। শেহতীয়াকৈ হাৰিয়ানাৰ কৃষক পৰিয়ালৰ একাংশ মহিলাই দিল্লীত গান্ধী পৰিয়ালক লগ পাইছিল। ছোনিয়া, ৰাহুল আৰু