In his initial response, Sherman Ali Ahmed called for calm and focus within the Muslim community, urging people not to be swayed by what he described as the “intoxication of power” of Himanta Biswa Sarma. He stressed the importance of education and perseverance, encouraging families to prioritise their children’s future.
কাইলৈ ঘোষণা কৰা হৈছে ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফল। কালিৰ দিনটোত অসম, কেৰেলাম, পশ্চিম বংগ, পুডুচেৰী আৰু তামিলনাডুৰ ফলাফলে সকলোকে আচৰিত কৰি তুলিছে। বিজেপিয়ে সমষ্টিবোৰকলৈ কৰা পূর্বানুমান সঁচা হৈছে। এতিয়া নতুন চৰকাৰ গঠনৰ বাবে পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই! মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হৈছে হিমন্ত বিশ্ব শর্মাই। অচিৰেই ৰাজ্যপালৰ হাতত পদত্যাগ
এশ গৰু মাৰিলে, বাঘৰো মৰণ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল আমছু নেতা সহ তিনি চাইবাৰ অপৰাধীৰ ক্ষেত্ৰত। দীৰ্ঘদিন ধৰি সৰ্বসাধাৰণ ৰাইজক আভুৱা দি চাইবাৰ অপৰাধৰ জৰিয়তে লুণ্ঠন কৰি অহা তিনি যুৱকক ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আটক কৰে হাউলী আৰক্ষীয়ে ৷ ধৃত চাইবাৰ অপৰাধী তিনিটা হ’ল আমছু নেতা বুলবুল হুছেইন ,ৱাহেদ ইকবাল আৰু
ইন্ধনৰ দামক লৈ জাতিগত ৰাজনীতিক সমালোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ। নাগপুৰত শ্ৰমিক দিৱসৰ এক অনুষ্ঠানত নীতিন গাডকাৰীয়ে কয় যে হিন্দু আৰু মুছলমানে গেছ, পেট্ৰল আৰু ডিজেলৰ বাবে একে মূল্য দিয়ে। নাগপুৰত ভাষণত গাডকাৰীয়ে কয়, “হিন্দুসকলে যি দামত গেছ, পেট্ৰ’ল আৰু ডিজেল পায়, মুছলমানসকলেও একে দামতে পায়।” শেহতীয়া নিৰ্বাচনৰ সময়ত
ভোটগণনাক লৈ কামৰূপ মহানগৰ জিলা প্রশাসনৰ বিশেষ নিৰ্দেশনা মণিৰাম দেৱান বাণিজ্য কেন্দ্রক লৈ কেইবাটাও নিৰ্দেশনা প্রশাসনৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্রত স্থাপন কৰা হৈছে ৫টা সমষ্টিৰ ষ্ট্রংৰূম কেন্দ্রটোৰ ২০০মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ফটকা ফুটোৱাত নিষেধাজ্ঞা লগতে কোনো ধৰণৰ বিজয়ী সমদল, শ্লোগান দিয়াৰ ক্ষেত্রতো বাধা আৰোপ এই নিৰ্দেশনা ভংগ কৰিলে BNSSৰ ১৬৩নং ধাৰাৰ