পুনৰ ২১ মে’ত পশ্চিমবংগত হ’ব ভোটগ্রহণ

পুনৰ ২১ মে’ত পশ্চিমবংগত হ’ব ভোটগ্রহণ

পুনৰ ২১ মে’ত পশ্চিমবংগত হ’ব ভোটগ্রহণ ফাল্টা বিধানসভা সমষ্টিত হ’ব  পুনৰ ভোটগ্রহণ নির্বাচন আয়োগৰ এই সিদ্ধান্ত গ্রহণ ফাল্টাৰ ২৮৫টা কেন্দ্রত অনুষ্ঠিত হ’ব এই ভোটগ্রহণ পুৱা ৭ বজাৰ সন্ধিয়া ৬ বজালৈ হ’ব ভোটগ্রহণ ২৪ মে’ত হ’ব ফাল্টা সমষ্টিৰ ভোটগণনা

আইইডি (IED) নিষ্ক্ৰিয় কৰিব গৈ ভয়ংকৰ বিস্ফোৰণত চাৰি সেনা জোৱান শ্বহীদ…

আইইডি (IED) নিষ্ক্ৰিয় কৰিব গৈ ভয়ংকৰ বিস্ফোৰণত চাৰি সেনা জোৱান শ্বহীদ…

শনিবাৰে ছত্তীশগড়ত পুনৰ এক ভয়ংকৰ আইইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ বিস্ফোৰণত চাৰিজন সেনা জোৱান শ্বহীদ হোৱাৰ লগতে তিনিজন সেনা আহত হোৱাৰ খবৰ পোৱা গৈছে। গুৱাহাটী: ছত্তিশগড়ৰ কাংকেৰ আৰু নাৰায়ণপুৰ জিলাৰ সীমান্তৰ ছোটবেঠিয়া থানাৰ অন্তৰ্গত ঘন অৰণ্যত জিলা সংৰক্ষিত বাহিনীৰ (DRG) এটা দলে আত্মসমৰ্পণ কৰা মাওবাদী কেডাৰৰ চোৰাংচোৱা তথ্যৰ ভিত্তিত

গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক

২৮ এপ্ৰিল, গুৱাহাটী:- তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰাৰ আমন্ত্ৰণমৰ্মে মঙলবাৰে দিছপুৰৰ কৰ ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল। এই বৈঠকত গুৱাহাটী প্ৰেছ ক্লাব তথা সাংবাদিক-সংবাদকৰ্মীসকলে সন্মুখীন হৈ অহা বিভিন্ন অভাৱ-অভিযোগ সন্দৰ্ভত বিস্তৃত আলোচনা হয়। বিশেষকৈ দীৰ্ঘদিন ধৰি ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত গঠন