🔹 কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ 🔹 নিৰাপত্তাৰক্ষী বিষয়াসকলৰ সৈতে মত বিনিময় ৰাজ্যপালৰ 🔹 নিৰাপত্তা নিশ্চিত আৰু সীমান্তত সু-সম্পৰ্ক গঢ়িবলৈ পৰামৰ্শ ৰাজ্যপালগৰাকীৰ
সূৰ্য্যই প্ৰতিমাহে ৰাশি সলনি কৰে। ১৫ মে’ত বৃষ ৰাশিত আছিল সূৰ্য্য গোচৰ। ১৫ জুনলৈকে আৰু ২২ দিন এই ৰাশিত থাকিব সূৰ্য্য। এই প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত পৰিব। কিছুমানে জ্যোতিষত বিশ্বাস কৰে আন কোনোৱে বিশ্বাস নকৰে। কিন্তু কোৱা হয় যে গ্ৰহৰ প্ৰভাৱ আমাৰ ৰাশিৰ ওপৰত নিৰ্ভৰশীল। এই প্ৰভাৱৰ বাবে কিছুমান
মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণ। নামনি কাজিৰঙা এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে সোণখিনি। কামাখ্যা জিআৰপিৰ নিয়মীয়া তালাচীত বিকাশ গোৱেল নামৰ এজন লোকৰ পৰা জব্দ কৰা হয় বিস্কুটৰ ৰূপত থকা সোণখিনি (Gold Seized in Guwahati)। জানিব পৰা মতে, ধৃত লোকজনক পল্টনবজাৰস্থিত বিশালৰ সমীপত এজন লোকে দিছিল সোণৰ বিস্কুটখিনি। গুৱাহাটীৰ
জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাক হাস্পাতালত ভৰ্তি। জোনমণি ৰাভাৰ মৃত্যুক বৰ্তমানো মানি ল’ব পৰা নাই মাতৃ সুমিত্ৰা ৰাভাই।
কিছুদিন পূৰ্বে বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহ মোকাৰ ফলত দেশৰ বিভিন্ন স্থানত বৰষুণ-ধুমুহা আহিছিল। যাৰবাবে বহু অঞ্চলত যথেষ্ঠ পৰিমাণে ক্ষয়-ক্ষতিও হৈছিল। ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা জাননী অনুসৰি ২৪ মে’ত হিমাচল প্ৰদেশত প্ৰচুৰ বৃষ্টিপাত আৰু ধুমুহাৰ সম্ভাৱণা আছে।আজিও ৰাজ্যখনৰ বিভিন্ন ঠাইত বৰষুণ আৰু শিলাবৃষ্টি হয়। ছিমলা আৰু ইয়াৰ