UPSC ত জিলিকিল ডিমাহাচাওৰ জীয়ৰী দীক্ষা লাংথাছা।

UPSC ত জিলিকিল ডিমাহাচাওৰ জীয়ৰী দীক্ষা লাংথাছা।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত অসামৰিক সেৱাৰ ২০২২ বৰ্ষৰ ঘোষিত ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসমৰ ৫ম স্থান প্ৰাপ্ত ময়ুৰ হাজৰিকা,২৭১ নং স্থান প্ৰাপ্ত অঞ্জলী ভৰদ্বাজ ,২৯৮ নং স্থান প্ৰাপ্ত ইদুল আহমেদ,৬১৯ নং স্থান প্ৰাপ্ত ভি চৈলেনঠাং ভাইফাই,৬৬৪ নং স্থান প্ৰাপ্ত দীক্ষা লাংথাছা,৮৪৮ নং স্থান প্ৰাপ্ত নিবেদিতা দাস,আৰু ৮৮১ নং স্থান

সদ্যঘোষিত UPSCৰ ফলাফলত সৰ্বভাৰতীয় পৰ্যায়ত অসম সন্তানৰ সফলতা।

সদ্যঘোষিত UPSCৰ ফলাফলত সৰ্বভাৰতীয় পৰ্যায়ত অসম সন্তানৰ সফলতা।

সদ্যঘোষিত UPSCৰ ফলাফলত সৰ্বভাৰতীয় পৰ্যায়ত অসম সন্তানৰ সফলতা। ৮৮১ স্থানত নামৰূপ হাপজানৰ মানসজ্যোতি দাস।  হাপজানৰ মুকুন্দ দাস আৰু ৰীতা দাসৰ পুত্ৰ মানসজ্যোতি দাস।

অতি শীঘ্ৰেই ঘোষণা হ’ব অসম উচ্চতৰ মাধ্যমিকৰ ফলাফল

অতি শীঘ্ৰেই ঘোষণা হ’ব অসম উচ্চতৰ মাধ্যমিকৰ ফলাফল

অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে অতি শীঘ্ৰেই দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰিব। উচ্চতৰ মাধ্যমিক (HS)ৰ পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ ফলাফলসমূহ আৰু মাৰ্কশ্বীট ইয়াৰ অফিচিয়েল ৱেবচাইট ahsec.assam.gov.inত চাব আৰু ডাউনলোড কৰিব পাৰিব। দ্বাদশ শ্ৰেণীৰ নম্বৰ প্ৰাপ্ত কৰিবলৈ শিক্ষাৰ্থীসকলে তেওঁলোকৰ লগইন প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগিব। তেওঁলোকৰ ৰোল নম্বৰ আৰু এক সুৰক্ষা কোড ব্যৱহাৰ কৰি