ৰঙিয়াত তৃতীয়, চতুৰ্থ বৰ্গৰ পদত নিযুক্তি প্ৰাপ্ত আৰু গীনিজ বুক অৱ ৰেকৰ্ডচত নাম সন্নিবিষ্ট বিহুৱা-বিহুৱতীক বিশেষ সম্বৰ্দ্ধনা

ৰঙিয়াত তৃতীয়, চতুৰ্থ বৰ্গৰ পদত নিযুক্তি প্ৰাপ্ত আৰু গীনিজ বুক অৱ ৰেকৰ্ডচত নাম সন্নিবিষ্ট বিহুৱা-বিহুৱতীক বিশেষ সম্বৰ্দ্ধনা

ৰঙিয়াত স্থানীয় বিধায়ক ভবেশ কলিতাৰ ব্যাতিক্ৰমী পদক্ষেপ ।ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে যোগ্য বিবেচিত ৰঙিয়াৰ প্ৰাৰ্থী সকলক বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।আনহাতে উক্ত অনুষ্ঠানতে গীনিজ বুক অৱ ৰেকৰ্ডচত নাম সন্নিবিষ্ট স্থানীয় বিহুৱা-বিহুৱতী সকলকো জনোৱা হয় বিশেষ সম্বৰ্দ্ধনা ।ৰঙিয়া হৰদত্ত বীৰদত্ত ভবনত

মৃত অৱস্থাত উদ্ধাৰ অভিনেতা, মডেল আদিত্য সিং ৰাজপুত।

মৃত অৱস্থাত উদ্ধাৰ অভিনেতা, মডেল আদিত্য সিং ৰাজপুত।

মৃত অৱস্থাত উদ্ধাৰ অভিনেতা, মডেল আদিত্য সিং ৰাজপুত। আন্ধেৰীৰ নিজৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ অভিনেতাগৰাকীক। ইতিমধ্যে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মুম্বাই আৰক্ষীয়ে।

গুৱাহাটী মহানগৰীৰ মিহিৰ কিৰণ ছোৱালী হোষ্টেলত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী মহানগৰীৰ মিহিৰ কিৰণ ছোৱালী হোষ্টেলত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী মহানগৰীৰ মিহিৰ কিৰণ ছোৱালী হোষ্টেলত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু ।ছাত্ৰীগৰাকী কোকৰাঝাৰৰ তাজমিনা আহমেদ ।প্ৰায় দুমাহ পূৰ্বে মেডিকেলৰ কচিং কৰিবলৈ গুৱাহাটীলৈ আহিছিল ছাত্ৰীগৰাকী।

আশিহাৰা কেৰাটে স্কুলৰ বিশেষ সাফল্যনাজিৰাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে

আশিহাৰা কেৰাটে স্কুলৰ বিশেষ সাফল্য
নাজিৰাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে

নাজিৰাৰ কেইগৰাকীমান প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীয়ে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ প্ৰদেশৰ নয়দাত অনুষ্ঠিত হোৱা কেৰাটে প্ৰতিযোগিতাত সোণৰ আৰু ছিলভাৰ পদক অৰ্জন কৰি অসমৰ লগতে নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিছে। ইফতাজ ৰবানি আহমেদ, ইফটিকাৰ ৰবানি আহমেদ, আকাংশা সন্দিকৈয়ে তিনিটাকৈ সোণৰ পদক আৰু মায়াশ্ৰী ফাৰজান, ইন্দ্ৰানী সন্দিকৈ দুটাকৈ ছিলভাৰ পদকেৰে নাজিৰা অঞ্চলৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ

হাজোৰ বৰ্ণিত ভংকৰ পথ দুৰ্ঘটনা।

হাজোৰ বৰ্ণিত ভংকৰ পথ দুৰ্ঘটনা।

#হাজোৰ বৰ্ণিত ভংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত এজন। হাজো দিশৰ পৰা মুকালমুবা আদাবাৰী অভিমুখেAS 01F M2165 নম্বৰ এভেনজাৰ বাইকেৰে আহি থকা বাইক আৰোহী এজনে বৰ্নি শান্তিপুৰৰ গডকাপ্তানি পথৰ ওচৰত বিদুৎতৰ খুতাত প্ৰচন্ড জুৰে খুন্দা মৰাৰ ফলত সংঘটিত হয দুৰৰ্ঘটনা। ঘটনাৰ খবৰ পায স্হানীয লোক ঘটনাষ্ঠলীত উপস্থিত হৈ সংকটত জনক অবস্হাত