ভাল খবৰ । গুৱাহাটীত নিৰ্মাণ হ’ব দেশৰ দ্বিতীয় দীৰ্ঘতম ৪ লেনযুক্ত ফ্লাই অভাৰ । নুনমাটিৰ পৰা সন্দিকৈ কলেজলৈ মুঠ ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ফ্লাই অভাৰ । ব্যয় হ’ব ৭৫২.৬৮ কোটি টকা
Exclusive: কিদৰে মাজুলীৰ উপায়ুক্তৰ কনভয়ৰ খুন্দাত নিহত হৈছিল ৭ম শ্ৰেনীৰ ছাত্ৰ?
ন্যায় বিচাৰি জখলাবন্ধা আৰক্ষী নিৱেশত জোনমনি ৰাভাৰ মাতৃ। জোনমণিৰ পৰিয়ালৰ লোকে জখলাবন্ধা থানাত দাখিল কৰিলে এজাহাৰ!
এগৰাকী সুস্থ ব্যক্তি আৰু ৰোগত আক্ৰান্তৰ দৈনিক প্রয়োজন হোৱা কেলৰিৰ মাজত পাৰ্থক্য থাকে। তদুপৰি শাৰীৰিকভাৱে কঠোৰ পৰিশ্ৰম কৰা আৰু কায়িক শ্ৰম কম কৰা লোকৰ মাজতো প্রয়োজনীয় কেলৰিৰ ক্ষেত্ৰত পার্থক্য দেখা যায়। এজন খেতিয়কৰ দৈনিক যিমান কেলৰিৰ প্রয়োজন সেই বয়সৰে শীত-তাপ নিয়ন্ত্রিত কোঠাত বহি লিখা-মেলা কৰা লোক এজনৰ সিমান কেলৰিব প্ৰয়োজন
হাজোৰ ৰামদিয়াত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ অন্তত CRPF জোৱানৰ তাণ্ডৱ। কৰ্তব্যত নিয়োজিত CRPF জোৱানে ৰাজপথত এফালৰ পৰা লাঠীৰে কোবোৱাত আহত হৈছে কেইবাজনো লোক। এই দৃশ্য বন্দী কৰাত NEWS18 ৰ সাংবাদিকৰ ধীৰাজ দাস পিনে চোচা লৈ আক্ৰমণৰ চেষ্টা CRPFৰ দলৰ। প্ৰহৃত কেইবাগৰাকীও যুৱকে অভিযোগ কৰা অনুসৰি সুৰাৰ ৰাগীত মাতাল হৈ এই কাণ্ড