প্ৰৱল প্ৰতাপী মোগল সৈন্যৰ বিৰুদ্ধে যুঁজ দি যুদ্ধক্ষেত্ৰত প্ৰাণত্যাগ কৰা বীৰাঙ্গনা মূলাগাভৰু কেৱল নিজ পতিৰ প্ৰতি থকা অতুলনীয় প্ৰেমৰ বাবেই নহয়, প্ৰৱল স্বদেশানুৰাগেৰে উজ্জ্বীৱিত এগৰাকী শক্তিশালী অসমীয়া নাৰী ৷ টাই আহোম যুৱ পৰিষদ, অসমৰ চৰাইদেউ জিলা সমিতিয়ে এইগৰাকী অসমৰ জাতীয় বীৰাঙ্গনা মূলাগাভৰুৰ জীৱনাদর্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু
সত্ৰীয়া নৃত্য পৰিৱেশনৰে পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজ্বলাবলৈ সক্ষম হ’ল নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই। নগাঁৱৰ বঢ়মপুৰ হালোৱাগাৱঁৰ নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই সত্ৰীয়া নৃত্য পৰিৱেশন কৰা বাবে ” ইণ্ডিয়া প্ৰাওদ বুক অফ ৰেকৰ্ডছে” ভাৰত গৌৰৱ সন্মান প্ৰদান কৰে । নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাক এই সন্মানত “ইণ্ডিয়া প্ৰাওদ বুক অফ ৰেকৰ্ডছে” এটা ট্ৰ’ফী,এখন চাৰ্টিফিকেট
শ্ৰমিক দিৱসৰ আগদিনাই বাঙালীপাৰাত দুজনকৈ শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি লয়। কুঁৱা খান্দি থকা অৱস্থাত মৃত্যু দুজন শ্ৰমিকৰ। মৃত লোক দুজন বাঙালীপাৰাৰ চিৰাজ আলী (৪৫) আৰু ৰমজান আলী (২৬)। ঘটনাৰ বিৱৰণী মতে আজি বাঙালীপাৰা চ’কৰ গোবিন্দ চিতলাৰ নামৰ লোকজনৰ ঘৰত কুৱা খান্দিবলৈ প্ৰায় ২০ ফুট দ’ৰ অৰ্ধ খন্দিত কুঁৱাটোত নমাৰ লগে
নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:– নগাঁও জিলাৰ ভোটাইগাঁও ৰাজহুৱা নামঘৰৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ ৰবিবাৰে সামৰণি পৰে । যোৱা ২৮ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে এক ভক্তিময় পৰিবেশত আৰম্ভ হোৱা উক্ত অনুষ্ঠানটিৰ ৰবিবাৰে অন্তিম দিনা কাৰ্যসূচী অনুসৰি পুৱা প্ৰসংগৰ অন্তত বিয়লি ধৰ্মালোচনা সভা, সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় । ভোটাই গাঁও ৰাজহুৱা