আলু, পিঁয়াজৰ তলত লুকুৱাই নিছিল সুৰাখিনি… দুৰ্গা পূজা উৎসৱৰ মাজত ৰাজ্যত অব্যাহত আছে অবৈধ বিলাতী সুৰাৰ সৰবৰাহ। আজি গুৱাহাটীৰ পৰা চুবুৰীয়া মণিপুৰলৈ অবৈধভাৱে বিলাতী সুৰা সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ হাতত জব্দ হোৱাৰ পাছতে এই কথো প্ৰমাণ হৈছে। উল্লেখ্য যে, আজি গুৱাহাটীৰ পৰা মণিপুৰলৈ মেঘালয়ত প্ৰস্তুত কৰা সুৰা অবৈধভাৱে
শাৰদীয় দুৰ্গা পূজাৰ দিনকেইটা ৰাজ্যৰ ভিন্নপ্ৰান্তত হৈছে ধাৰাসাৰ বৰষুণ। মুষলধাৰ বৰষুণৰ ফলত ৰাজ্য ব্যাঘাত জন্মিছে উৎসৱৰ আনন্দত। দেওবাৰে ৰাজ্যৰ ১৪খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ জিলাত কাইলৈ Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞানে। ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী, চৰাইদেউ, শিৱসাগৰ
মেষ ৰাশিঃ গণেশজীয়ে কয় যে আজিৰ দিনটোৱে আপোনাৰ বাবে নতুন শক্তি আৰু প্ৰেৰণা কঢ়িয়াই আনিব। আপুনি নিজৰ লক্ষ্যৰ প্ৰতি অধিক মনোনিৱেশ আৰু উৎসাহী হ’ব। দলৰ সৈতে যোগাযোগ আৰু সহযোগিতা কৰ্ম পৰিৱেশত আপোনাৰ শক্তি হৈ পৰিব, গতিকে আনৰ মতামত শুনিবলৈ কুণ্ঠাবোধ নকৰিব। ব্যক্তিগত সম্পৰ্কত কিছু মনোযোগ আৰু সময়ৰ প্ৰয়োজন হ’ব পাৰে।
Kumarikata, October 11: The Durga Puja celebration at the Kumarikata Durga Mandir has long been an integral part of the area’s cultural and religious identity. Established in 1940, the Mandir Committee continues to uphold traditions while embracing modern changes. Over the decades, this Puja mandap has become the heart of