মৃত্যুৰ কথা ভাবিলে সকলো লোক কিছু সময়ৰ বাবে হলেও আচম্বিত হৈ পৰে তথাপি মৃত্যু কিন্তু সত্য , মৃত্যু অনিবাৰ্য। কিন্তু মৃত্যুৰ পিছৰ সত্য কি সেয়া কোনোৱে নাজানে, আত্মা কেনেকৈ দেহ ত্যাগ কৰে, আত্মাই কেনেকৈ যমলোকে যায় সেইবোৰ প্ৰশ্নৰ উত্তৰ যদি কৰবাত আছে সেয়া হৈছে গৰুড় পুৰাণ। গৰুড় পুৰাণত এটি ঘটনাৰ
আচাৰ্য্য চাণক্য আছিল এজন মহান কৌশলবিদ, ৰাজনীতিবিদ, কূটনীতিবিদ, অৰ্থনীতিবিদ। আচলতে তেওঁ কেৱল জীৱনৰ সকলো দিশতে গভীৰভাৱে অধ্যয়ন কৰাই নহয়, মানুহৰ জীৱন-ধাৰণৰ পদ্ধতিৰ বিষয়েও এক বিস্তৃত ধাৰণা দিছিল। আজিও তেওঁৰ কথাবোৰক চিৰন্তন সত্য বুলি গণ্য কৰা হয় । আচাৰ্য্য চাণক্যই জীৱনত দিয়া নীতি সমূহ মানি চলিলে তেওঁ জীৱনত চৰম উন্নতি সাধন
মানুহ ৯২ বছৰ বয়সতো পিতৃ হোৱাৰ অভিলেখ আছে গ্ৰীনিছ বুকত যদিওবা ৫০ বছৰৰ পিছত পিতৃ হোৱা লোক খুব কম দেখা যায়। সেইবুলি যেনেকৈ ৪৫ বছৰৰ পিছত মহিলাৰ ঋতুস্ৰাৱ বন্ধ হৈ মা হ’ব নোৱাৰা হয় ঠিক তেনেকৈ পুৰুষ এজন পিতৃ হোৱা কথাটো একে নহয় , ই সম্পূৰ্ণ পৃথক। বয়সৰ লগে লগে
কোনো আগতীয়া পৰিকল্পনা কৰিবলৈ অনিচ্ছুক চিনেমা এখন চাবলৈ বা ৰেষ্টুৰেণ্টলৈ খাবলৈ যাওতে, আপোনাৰ সংগীয়ে আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ অনিচ্ছুক নেকি? অন্ততঃ এবাৰ লগ পাবলৈও তেওঁ ইচ্ছা নকৰে নেকি? যদি হয়, তেন্তে ধৰি ল’ব পাৰি যে তেওঁৰ আন পৰিকল্পনা আছে। যিটো আপোনাতকৈ অধিক গুৰুত্বপূৰ্ণ। প্ৰয়োজন নোহোৱাকৈ কথা নোকোৱা প্ৰেমৰ সম্পৰ্কত থকা মানে
সাধাৰণতে মুখত বা জিভাত হোৱা আলচাৰ বা ঘাঁ সকলোৰে পৰিচিত এক সাধাৰণ সমস্যা।এই সমস্যা সাধাৰণ যদিও ই জটিল হৈ পৰিব পাৰে আৰু ৰূপ, লক্ষণ আদিৰ সামান্য পৰিৱৰ্তন ঘটিয়েই দুৰাৰোগ্য ৰোগলৈ ৰূপান্তৰ হ’ব পাৰে। এইবিধ ৰোগ হ’লে জিভা আৰু মুখত অশান্তিজনক পীড়া হয়। এই ৰোগৰ কাৰণ সমূহ কি কি—- অধিক গৰম