শনিবাৰৰ দুপৰীয়া শিলচৰ চহৰৰ সমীপত শিলচৰ- কালাইন পথৰ তোপখানাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ এখন বাইক আৰু মাৰুতি ভেনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা৷ ৰানীঘাটৰ দিশৰ পৰা শিলচৰলৈ
দলঙৰ পৰা এখন যাত্ৰীবাহী বাছ নদীত পৰি কমেও ৩৯ জন লোকৰ মৃত্যু হয়। আহত কেবাজনো লোক । শনিবাৰে মাজনিশা পাকিস্তানৰ বেলুচিস্তানৰ লাচবেলাত সংঘটিত হয় এই ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি, ৪৮ জন যাত্ৰী
চিকিৎসালয়ত মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া পুত্ৰ । আজি কলিজা আইতাৰ খবৰ ল’বলৈ চিকিৎসালয়লৈ আহিল তেওঁৰ সৰু পুত্ৰ। নিজেও চিকিৎসাৰ বাবে যোৱা এমাহ ধৰি বেংগালোৰতে আছিল যদিও মাতৃৰ অসুস্থ হোৱাৰ খবৰ পোৱাৰে পৰা খবৰ
অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নাম্পংত আসাম ৰাইফল’ছৰ উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত। অভিযানৰ সময়ছোৱাত আসাম ৰাইফল’ছৰ জোৱানে দুটাকৈ আগ্নেয়াস্ত্রসহ দুজন NSCN (K-YA)ৰ সক্ৰিয় সদস্যক আটক কৰিবলৈ সক্ষম হয়। আটোকাধিন NSCN (K-YA)
ৰাজ্যত বাল্য বিবাহ ৰোধৰ বাবে কঠোৰ বর্তমানৰ ৰাজ্য চৰকাৰ৷ গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত নিযুক্তি পত্র বিতৰণ অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে বাল্য বিবাহ ৰোধ আৰু