শাৰীদয় দুৰ্গোৎসৱ চুবুৰীয়া বাংলাদেশতো সংখ্যলঘু হিন্দু সম্প্ৰদায়ৰ লোকসকলে অতি উলহ মালহৰে পালন কৰি আহিছে। দেশখনৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ মাজত এইবাৰো অনুৰূপ ধৰণেই দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে। অন্তৱৰ্তীকালীন চৰকাৰখনে দুৰ্গোৎসৱ
মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমা বিস্ফোৰণৰ সন্দৰ্ভত এক্সত লাভ কৰাৰ এটা বাৰ্তাৰ পিছতে বিমানখনক সোমবাৰে পুৱা দিল্লীলৈ উভতাই অনা হয়। দিল্লীৰ নিৰাপত্তা সংস্থাসমূহলৈ এই বাৰ্তা
লেকমে’ ফেশ্বন উইক ২০২৪ত উজলিল অসমীয়াৰ পাট-কাপোৰ। অসমৰ শিপিনীৰ হাতৰ পাট কাপোৰে অসমৰ সুদক্ষ ফেশ্বন ডিজাইনাৰৰ হাতত প্ৰাণ পাই উঠিল লেকমে’ ফেশ্বন উইকত ৷ ভাৰতৰ অন্যতম সমাদৃত ফেশ্বন শ্ব’ ‘লেকমে’
আলু, পিঁয়াজৰ তলত লুকুৱাই নিছিল সুৰাখিনি… দুৰ্গা পূজা উৎসৱৰ মাজত ৰাজ্যত অব্যাহত আছে অবৈধ বিলাতী সুৰাৰ সৰবৰাহ। আজি গুৱাহাটীৰ পৰা চুবুৰীয়া মণিপুৰলৈ অবৈধভাৱে বিলাতী সুৰা সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ সময়তে