নগাঁৱৰ আৰবান হাইস্কুলত নৱ নিৰ্মিত সভাগৃহ উদ্বোধন,২৫০০ গৰাকী শিক্ষাগুৰুক সম্বৰ্ধনা বিধায়ক ৰূপক শৰ্মাৰ
নিউজ ব্যুৰ’,নগাঁও,৫ছেপ্টেম্বৰ:–নগাঁও চহৰৰ চৰকাৰী খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান পি এম শ্ৰী চৰকাৰী আৰবান হাইস্কুলৰ ৰাষ্ট্ৰপতি পুৰষ্কাৰপ্ৰাপ্ত প্ৰাক্তন প্ৰধান শিক্ষক প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মাৰ স্মৃতিত এটি নৱ নিৰ্মিত সভাগৃহ আজি উদ্বোধন কৰা