ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ, ৰাজহ সংগ্ৰহৰ বাবে ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ

ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ, ৰাজহ সংগ্ৰহৰ বাবে ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ

ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। ৰাজহ সংগ্ৰহৰ বাবে ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। কটন বিশ্ববিদ্যালয়ৰ চৌহদ ভাড়াত দিব বাবে গঠন কৰা হৈছে ৬জনীয়া কমিটী। এইবাৰ বাহিৰৰ অনুষ্ঠান-প্ৰতিষ্ঠানক ভাৰাত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। অধ্যাপক অৰূপ কুমাৰ হাজৰিকাৰ অধ্যক্ষতাত কমিটী গঠন কৰিছে কৰ্তৃপক্ষই। কমিটীত আছে অধ্যাপক ৰাখী কলিতা মৰল। কমিটীত অধ্যাপক মনজিৎ

ডিমৰীয়া উন্নয়ণ খণ্ডত উন্নয়নৰ ফোপোলা স্বৰূপ ! চাৰিটা পকী খুটা নিৰ্মাণ কৰি উদৰস্থ তিনি লাখ টকা

ডিমৰীয়া উন্নয়ণ খণ্ডত উন্নয়নৰ ফোপোলা স্বৰূপ ! চাৰিটা পকী খুটা নিৰ্মাণ কৰি উদৰস্থ তিনি লাখ টকা

বৰ্তমান শাসনাধিষ্ঠ চৰকাৰ খনে উন্নয়নৰ ব্যাপক ঢাক-ঢোল বজাইছে যদিও সেয়া যেন কাৰ্যত এক আভুৱা | এটা ৰাজহুৱা শৌচাগাৰ নিৰ্মাণৰ বাবে আৱন্টন হৈছিল তিনি লাখ টকা ৷ কিন্ত শৌচালয় নিৰ্মাণৰ নামত মাত্ৰ চাৰিটা পকী খুটা নিৰ্মাণ কৰিয়ে দায়িত্ব সামৰিলে ঠিকাদাৰে। ইতিমধ্যে সমুদায় ধন উদৰস্থ কৰিলে সংশ্লিষ্ট ঠিকাদাৰে ৷ এই ঘটনা সংঘটিত

আজি গুৱাহাটীত হাইভল্টেজ IPL মেচ

আজি গুৱাহাটীত হাইভল্টেজ IPL মেচ

আজি গুৱাহাটীত হাইভল্টেজ মেচ ৷ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ত সন্ধিয়া ৭.৩০ বজাত পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৰাজস্থান ৰয়েলছ ৷ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু লোকেল বয় ৰিয়াণ পৰাগৰ ৰাজকীয় ইংগিছ চাবলৈ সকলো আগ্ৰহী হৈ আছে ৷ উল্লেখ্য যে,মেচৰ পূৰ্বে বৰ্ষাপাৰাত হ’ব বিশেষ সাংস্কৃতিক অনুষ্ঠান ৷ খেলৰ মাজভাগত হ’ব আকর্ষণীয় লেজাৰ শ্ব’৷